Uncategorized

#JEC Part 2

#JEC Part 1

                   Admission লোৱাৰ লগতে হোষ্টেলৰ কাৰণেও form এখন লৈ আনিলো। details খিনি ভৰাই দেউতাৰ চহী লৈ জমা দিলো। শোক এটাই খুন্দা মাৰি ধৰিলে। চকুৰ পানীখিনি সামৰিব নোৱাৰিম নেকি অাজি? কি হৈছে মোৰ? কিয় ইমান কঁপনি উঠিছে। গাল খন চোন পুৰিছে মোৰ। লৰালৰিকৈ হোষ্টেলৰ বাবে জৰুৰী কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ। নাইপৰা মই, নোৱাৰিম মই।
“Hey, you need any help?”
হাতৰপৰা কলমটো সৰি পৰিল মোৰ। চকু তুলি চাবলৈ ভয় লাগিল। ইমান গভীৰ মাতষাৰ! অলপ সাহস কৰি মোৰ তুলি চালো। এজাক চেঁচা বতাহে খুব জোৰেৰে কোবাই গল মোক। এইবাৰ অাৰু বেছি কঁপিছে বুকুখন।
“I am Arnav, computer science last year”
সন্মুখত থকাজন কলেজৰ senior বুলি বুজি পালো।কিন্তু অৰ্ণৱ! পাগলৰ দৰে তেতিয়া ভাল পাইছিলো Iss pyar ko Kya naam doon serial খনৰ Arnav sing raizada নামৰ চৰিত্ৰ তো। কি??? নিজকে দুচৰ দিম যেন্ লাগিলে। কি যে কথাবোৰ ভাবো নহয় মই।
“নাই নালাগে, পাৰিম”
“I just wanted to help, Damn it”.. চিঞৰি উঠিল তেওঁ।
সকলোৱে ঘূৰি চালে আামাৰ ফালে। কিয় খং উঠিল একো বুজি নেপালো। দেউতা দৌৰি আহিল্ মোৰ ওচৰলৈ। মই মাত্ৰ কান্দিছো। মোক আজিলৈকে ঘৰতে কোনেও গালি পাৰি পোৱা নাই। অাৰু অাজি কলেজৰ প্ৰথম দিনাই সবৰ আগতে গালি খাইছো।
তেওঁ তেতিয়াও চাই আছে মোৰ ফালে, চকুৰ পৰা যেন্ জুই ওলাইছে তেওঁৰ। মই চুৰ্ণীখন জোৰেৰে খামুচি মাত্ৰ উচুপি আছো।
“পাগল হৈছ নিকি অৰ্ণৱ? সৰু ছোৱালী । ভালকে কব পাৰিলি হয়”
তেওঁৰ লগৰজনে বুজালে। মই চকুপানী মচি মচি সেইখিনিৰ পৰা আঁতৰি আহিব খুজিলো। এনেতে পিছফালৰ পৰা শুনিলো
“Sorry uncle”
তেওঁ মোৰ দেউতাক ক্ষমা খুজিছে! কি আচৰিত মানুহ। মুহূৰ্ততে ইমানেই খং অাৰু এতিয়া ইমান নম্ৰ।
অাৰু নাভাবো। চুৰ্ণীখন টানি চকুপানী খিনি মচি ললো।দেউতা এইবাৰ মোৰ কাষে কাষে থাকিল। Admission procedure শে্ষ কৰি এইবাৰ হোষ্টেল চাবলৈ ওলাই আহিলো দেউতা অাৰু মই।
“মন্ বেয়া নকৰিবি মাজনী, অাৰু ইমান সৰু কথাত কোনোবাই কান্দে নিকি? এতিয়া ডাঙৰ হলি নহয়”
মই জানো দেউতাই মন্ ভাল লগাবলৈ কথাকেইটা কৈছে। কিন্তু মই এদিনতে কেনেকে ডাঙৰ হম?

Advertisements

27 thoughts on “#JEC Part 2

  1. Arnab sing raijada mur most favourite actor mane barun sobti..damn it ..tare dialogue iss pyar ko kya naam doonr..mur all time favourite iss pyar ko kya naam doon..atia o sau hotstar t..Val lagise pohri

    Like

  2. Hosakoi bahut val lagise #JEC porhi, nijei humai goisu tat, thank you so much Indrani Baa mn vl lgi jai #JEC porhile

    Like

  3. Good starting. মাজে মাজে expand কৰাৰ chance আছে। editing কৰা উচিত। বানানো ভুল আছে। সাৱধানে আগবাঢ়িলে ভাল জনপ্ৰিয় উপন্যাস হব পাৰে।

    Like

  4. সাম্প্ৰতিক সময়ৰ সাধাৰণ ভাষাত প্ৰথম পুৰুষত বৰ্ণিত ভাল উপন্যাস।।।। বানান ভুল হৈছে যদিও প্ৰকৃতাৰ্থত ভাল লাগিছে।।।। আগবাঢ়ি যোৱা।।।

    Like

  5. It is so “CLICHE” . Seriously why would a senior come and try to help out a newcomer who he hasn’t met before . For a second lets just say he does come to help out , but that dosen’t give him the right to shout at her . And for god sake why did she had to cry . I will again consider that maybe she got frightened by her senior who scolded her infront of everyone . But do you know what you are portraying , you think that either girls are weak or your oc is flawed . Living in the 21st century , where people are fightning for equality you are portraying two main characters in which the male is superior and the female is inferior . Look I am not a writer and I admit that your writing skills are good , but what you are showing is really wrong.

    Like

Leave a Reply to resma Cancel reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s