Uncategorized

#JEC Part 1

:নাম্ কি?
:আস্থা।
:তোমাৰ নাম নে তুমি জন্ম হোৱা nursing home খনৰ নাম?
: মোৰ নাম।
:interesting.
বুকুখন বেছি জোৰকৈ ধক ধক কৰিছে মোৰ। এনেকুৱা লাগিছে কলিজাটো ওলাই আহিব এতিয়া। অাজি মোৰ JEC মানে Jorhat Engineering college অত প্ৰথম দিন। admission লবলৈ আহি ৰৈ থাকোতেই চিনাকি পৰ্ব আৰম্ভ হলেই। গাঁৱৰ পৰা প্ৰথম ওলাই আহিছো মই। এইখন কলেজত পঢ়াৰ দূৰ্বাৰ হেঁপাহ আাছিল আগৰপৰাই, অাজি যেন্ সপোন এটা সচাঁ হল।মনত অলেখ ভাবৰ বুৰবুৰণি! line অত ৰৈ থকাৰ পৰাই দূৰত ঠিয় হৈ থকা দেউতালৈ চালো, হাজাৰ কষ্টৰ মাজতো হাঁহিবলৈ নেপাহৰে অজলা মানুহজনে। মোক্ লৈয়েই যেন্ তেওঁৰ সমস্ত পৃথিবী ঘূৰে। স্কুলৰ শিক্ষক হিচাপে সকলোৰে আদৰৰ বৰুৱা ছাৰ। অাৰু সেই বৰুৱা ছাৰৰ আলসুৱা ছোৱালী মই আস্থা। দেউতাৰ বাবে মাজনী, মাৰ্ কাৰণে জীও। ঘৰৰপৰা আঁতৰি থাকিব পাৰিম জানো মই? কিয় হৈছে এনেকুৱা, মই সুখী হব লাগে নে দুখী হব লাগে অাজি নাজানো।
“আস্থা বৰুৱা”
নিজৰ নামটো শুনি উচপ খাই উঠিলো।
Form খন অাৰু admission fees তো লৈ counter পালোগৈ। আকৌ এবাৰ ঘুৰি দেউতালৈ চালো। একে ঠাইতে ৰৈ অাছে, মই বাৰু আঁতৰি আহিছো নিকি মোৰ সৰু পৃথিৱীখনৰ পৰা?
.. আগলৈ

Advertisements

67 thoughts on “#JEC Part 1

  1. বহুত ধুনীয়া কাহিনী , আৰু বহুত সুন্দৰ story telling , মোৰ পঢ়ি খুব ভাল লাগিলে । বহুত দিনৰ মূৰত ইমান সুন্দৰ কাহিনী এটা পঢ়িব পালোঁ।
    Thank you Indrani baa for giving us such a wonderful story. আপুনি যাতে সদায় এনে দৰে লিখি থাকে, আৰু JEC যাতে বহুত আগ বাঢ়ি যায় ।

    Like

Leave a Reply to Momi saikia Cancel reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s